Gyanmalita 02

Gyanmalita 02

01/02/2026
10:00 AM

222 No. Koihati LP School

Koihati, Nalbari

Share this event

About the Event

সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা আৰু দশম শ্ৰেণী পৰ্যন্ত একক লিখিত স্কুল কুইজ প্ৰতিযোগিতা বিষয়: সাধাৰণ জ্ঞান আৰু এটা ৰাউণ্ড অসমীয়া লোকসংস্কৃতি বিষয়ত

Eligibility

মুকলি কুইজ: সকলোৰে বাবে মুকলি

স্কুল কুইজ: দশম শ্ৰেণী পৰ্যন্ত

Organizer

এভাৰগ্ৰীন স্পোৰ্টছ এণ্ড কালচাৰেল ক্লাব

Prizes

প্ৰথম পুৰস্কাৰ: ৫০০১ টকা, ট্ৰফী, প্ৰমাণ পত্ৰ

দ্বিতীয় পুৰস্কাৰ: ৩০০১ টকা, ট্ৰফী, প্ৰমাণ পত্ৰ

তৃতীয় পুৰস্কাৰ: ২০০১ টকা, ট্ৰফী, প্ৰমাণ পত্ৰ

চতুৰ্থ পুৰস্কাৰ: ৫০০ টকা, প্ৰমাণ পত্ৰ

পঞ্চম পুৰস্কাৰ: ৫০০ টকা, প্ৰমাণ পত্ৰ

ষষ্ঠ পুৰস্কাৰ: ৫০০ টকা, প্ৰমাণ পত্ৰ

স্কুল কুইজৰ বাবে আকৰ্ষণীয় পুৰস্কাৰ আৰু শ্ৰেষ্ঠ দৰ্শকৰ পুৰস্কাৰ

Contact

8638113859, 7635821301, 8403966649

Submitted by QuizFirst Desk